32.2 C
Guwahati

নাৰী তুমি অনন্যা✒️ৰাজশ্ৰী সেনাপতি গগৈ

- Advertisement -

নাৰী তুমি অনন্যা
এগৰাকী নিমাতি কন্যা৷
পৃথিৱীত তুমিয়ে বলিষ্ঠ সৰ্ববগুণী
তুমিয়ে গঢ়িব পৰা স্বৰ্গ, পুনৰায়
স্বৰ্গকো কৰিব পাৰা বিধ্বংসী৷

নাৰী শিক্ষা আৰু প্ৰগতিশীল দেশৰ সৱলীকৰণ৷ নাৰী শিক্ষা এইকাৰণেই আৱশ্যকীয় কাৰণ মহিলা সকলে নিজৰ অহং মৰ্যদা আৰু অহং মহত্ব বাবে৷
নাৰী শিক্ষা আচলতে নাৰীসকলক অৰ্থিকভাৱে স্বাধীন, মুক্ত আৰু আত্মনিৰ্ভৰ যোগ্য হোৱাৰ বাবে প্ৰদান কৰা অতি জৰুৰী৷

নাৰী সকলক শিক্ষিত কৰি তোলা লক্ষ্য বা উদেশ্য হৈছে -তেওঁলোকে নিজৰ পৰিয়াল, স্বাস্থ্য আৰু সুপথ্য উপৰত সৰ্তক হোৱা৷ নিজৰ সমাজিক আৰু সংস্কৃতিক বা কৃষ্টি স্থিতাৱস্থা হকে৷ কিছু ঘৰুৱা বা আৰ্থিক ঋণ আদি ক্ষেত্ৰত পাৰদৰ্শী আৰু সামৰ্থবান দায়ত্ব লোৱাৰ বাবে৷ নাৰী সকলে নিজৰ ভয় আতংক আৰু হীনমন্যতা নোভোগিবলৈ বাবে শিক্ষা অতি আৱশ্যকীয়৷

সাম্প্ৰতিক সময়ত এনে কোনো অনুষ্ঠান বা প্ৰতিষ্ঠান নাই য’ত মহিলা বা নাৰী জড়িত নোহোৱাকৈ থকা নাই৷ সকলোতে পুৰুষ নাৰীয়ে সম পৰিমাণে কাম কৰি আছে৷ কিন্তুু আমি মহিলাসকলে এইটোও জ্ঞাত যে পুৰুষ সকল নাৰী সকলতকৈ শাৰিৰীক বাবে শক্তিশালী তাৰ কোনো প্ৰমান দিব লগাত নপৰে৷ সেই বুলি পুৰুষতান্ত্ৰিক সমাজত মহিলাসকলে বহুতো আগুৱাই গৈছে৷ সেয়ে পুৰুষসকলে নিজৰ ছোৱালী, বাই-ভনী, বা তিৰোতা সকলক বা মহিলা কৰ্মচাৰী সকলক তুচ্চ বুলি জ্ঞান নকৰি আগুৱাই যাবলৈ সাহস প্ৰদান কৰিব লাগে, তেতিয়াহে আমি পুৰুষ মহিলা সমানে কৰ্ম কৰি দেশখন সুন্দৰ কৰি তুলিব পাৰিম৷

শিক্ষাই মহিলা বা নাৰী সকলক সমজুৱা দায়িত্ব সমাধান কৰাত বহুত অৱদান আছে৷ নাৰী শিক্ষা বহুত সংমিশ্ৰণ যেন সংস্থাপন কাৰ্য্যবৃত্তান্ত,জনবসতি নিয়ন্ত্ৰন, শ্ৰেয় পুষ্টি অভ্যাস ইত্যাদি৷ শিক্ষা আকৌ নাৰী সকলৰ ঋণাত্মক বিধৱা জীৱনৰ প্ৰতি কৰনীয় ব্যৱস্থা সমূহ ভালদৰে বিবেচিত কৰিব পাৰি আৰু লগতে বহনক্ষমতা সমানতা, অৰ্থনৈতিক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ শিক্ষাই উৎসাহ যোগাই আৰু নাৰী সকলৰ পদ্ধতি সমাজিক দিশে আগুৱাই নিয়ে৷

বিশেষভাৱে নাৰী বিষয়ে কি লিখিম, যদিও নাৰী অনন্যা বুলি কোৱা হয় তথাপিও আজিও অৱহেলিত কিয়? গতিকে পুৰুষপ্ৰধান সমাজৰ অধিকাৰ মুকলি আকাশৰ তলত অলপ মুক্ত মনে ঘুৰিবলৈ পালে নাৰী দিৱস পালন কৰা মৰ্যাদা পাব৷
নাৰীসকলক আজিৰ দিনত উচ্চ শিক্ষাগ্ৰহণ কৰি আগুৱাই যাবলৈ আজিৰ এই বিশেষ দিনটোত অনুৰোধ জনালো৷

ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

Durga Puja is Coming soon. The clay statue-making artist...

Durga Puja Coming soon. The clay statue-making artist is busy in Nagaon. Photo by Mrinmay Saikia, Nagaon

অগপৰ বৰক্ষেত্ৰী সমষ্টিৰ সাংগঠনিক সভা

https://youtu.be/vCHjWE-b-p0

ৰঙিয়াত ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল...

    ৰঙিয়াত ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল উপস্থিত,অসমীয়াৰ আতিথ্যত মুগ্ধ সংবাদদাতা ৰঙিয়া ২১অক্টোবৰ: উত্তৰ পূৰ্বাঞ্চলৰ ৰেলযাত্ৰী সকলৰ...