19 C
Guwahati

দেশত বৰ্তমানলৈকে ১৭৩ কোটি ৮৬ লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান

- Advertisement -

♦ দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ১৭৩ কোটি ৮৬ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত যোৱা ২৪ ঘণ্টাত ৪১ লাখ ৫৪ হাজাৰৰো অধিক পালি প্ৰতিষেধক দিয়া হয়। ইপিনে, দেশত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৯৪ শতাংশ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত প্ৰায় ৮৩ হাজাৰ কোৱিড ৰোগী সুস্থ হৈ উঠাৰ ফলত আৰোগ্য হোৱা মুঠ ৰোগীৰ সংখ্যা ৪ কোটি ১৮ লাখলৈ বৃদ্ধি পালে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ৩লাখ ৭০ হাজাৰ লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে বিগত ২৪ ঘণ্টাত দেশত বিভিন্ন পৰীক্ষাগাৰত ১২ লাখ ৫১ হাজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হয়। ইয়াকে লৈ দেশত বৰ্তমানলৈকে কৰা পৰীক্ষাৰ সংখ্যাই ৭৫কোটি ৪২ লাখ অতিক্ৰম কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °
SourceAIR News

More like this

বিহালী উন্নয়ন খণ্ডৰ নবনিৰ্মিত কাৰ্য্যালয় ভৱন শুভ উদ্ধোধন বিধায়ক...

  অসম খবৰ বিশ্বনাথ ৬ অক্টোবৰ :: বিহালী আঞ্চলিক পঞ্চায়ত উন্নয়ন পুঁজি আঁচনিৰ অধীনত নিৰ্মাণ হোৱা বিহালী খণ্ড উন্নয়নৰ...

নলবাৰীত কেৰাচিনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান || জব্দ কেৰাচিন, সোধ...

■ কেৰাচিনৰ বিৰুদ্ধে নলবাৰীত আৰক্ষীৰ ধাৰাবাহিক অভিযান। জিলাখনত ঘগ্ৰাপাৰ আৰক্ষীয়ে আজিৰ দিনটোত কেইবাটাও প্ৰান্তত চলালে অভিযান। উল্লেখযোগ্য যে...

নলবাৰী জিলা সাহিত্য সভাত ‘এজাক বৰষুণৰ অপেক্ষাত’ উন্মোচন

● নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২২ ফেব্ৰুৱাৰিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি– নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী আৰু...