19 C
Guwahati

নির্বাচন সম্পৰ্কীয় কার্যসূচীত শিশু জড়িত হ’ব নোৱাৰিবঃ কঠোৰ নিৰ্দেশনা নির্বাচন আয়োগৰ

- Advertisement -

Battleground Assam A tale of two valleys and the CAA quandary Assam bengal  polls 2021 – India TVদেশৰ নির্বাচন আয়োগে নির্বাচন সম্পৰ্কীয় যিকোনো কার্যসূচীত শিশুক জড়িত কৰা সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নির্বাচনী সভা, প্ৰচাৰ কাৰ্যসূচী, পোষ্টাৰ তথা পুস্তিকা বিতৰণ আদিকে ধৰি নিৰ্বাচনী প্ৰচাৰত শিশুসকলক জড়িত নকৰিবলৈ ৰাজনৈতিক দলসমূহক পৰামৰ্শ দিছে।

Election Commission, warns against dragging children to political rallies
File Photo #TOI

এই ক্ষেত্ৰত যিকোনো ধৰণে শিশুসকলক জড়িত কৰোৱাৰ প্ৰতি শূন্য সহনশীলতা নীতি অৱলম্বন কৰা হ’ব। নিৰ্দেশনাত অনুসৰি ৰাজনৈতিক নেতা তথা প্রার্থীসকলে প্ৰচাৰ কাৰ্যৰ সময়ত কোনো শিশুক কোলাত বহুৱাই অথবা তেওঁলোকৰ বাহন তথা ৰেলীত লগত লৈ যোৱা আদি কাৰ্যত কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহ’ব।

Election Commission releases five International Training Modules for  planning elections

কোনো ৰাজনৈতিক নেতাৰ ওচৰত পিতৃ-মাতৃসহ উপস্থিত থকা তথা নির্বাচনী প্রচাৰৰ কামত জড়িত নথকা শিশুৰ উপস্থিতিক নিৰ্দেশনাৰ উলংঘা বুলি গণ্য কৰা নহ’ব। আয়োগে সকলো ৰাজনৈতিক দল তথ্য প্রার্থীক শিশু শ্রমিক নিষেধাজ্ঞা আৰু নিয়ন্ত্রণ আইনখন কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নির্দেশনাত মতে বিধিসমূহ উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ বঁটা

♦ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ কামৰূপ জিলাৰ ৰঙিয়াৰ নিকটৱৰ্তী চাপনীয়া গাঁওৰ নিৱাসী কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ...

কৃষ্ণাইত লোমহৰ্ষক ঘটনাঃ মাত্ৰ ৪ হাজাৰ টকাৰ লোভত বন্ধুক...

এক লোমহৰ্ষক ঘটনাই কঁপাইছে সমগ্ৰ কৃষ্ণাই অঞ্চল৷ সামান্য কেই হেজাৰমান টকা আৰু এটি ম’বাইল ফোনৰ লোভত বন্ধুৱে...

পুনৰ এবছৰলৈ বিক্ৰী নিষিদ্ধ পান মছলা-গুটখাঃ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

■ গুটখা, পাণ মচলাৰ ব্যৱসায়ত জড়িত ব্যৱসায়ীসকলৰ বাবে বেয়া খবৰ। অহা ২০২২ বর্ষৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ'ব গুটখা,...