19 C
Guwahati

ওদালগুৰি জিলাৰ দুটা প্ৰান্তত পৃথকে উদ্ধাৰ মাৰণাস্ত্ৰ

- Advertisement -

♦জিলাখনৰ ওদালগুৰি আৰু হৰিছিঙা থানা এলেকাত উদ্ধাৰ হৈ মাৰণাস্ত্ৰ খিনি।
নিশা ওদালগুৰিৰ সিন্দ্ৰীঝাৰ গাঁৱত উদ্ধাৰ
মাৰণাস্ত্ৰ। অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এম২০ পিষ্টল সহ ৮জাই সজীৱ গুলিসহ আৰু এটা মেগজিন।
এটা নাইন এম এম পিষ্টলসহ দুই জাঁই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে।
ইপিনে জিলা খনৰ হৰিছিঙা থানাৰ অন্তৰ্গত ৪ নং আমজুলি গাঁৱটো উদ্ধাৰ কৰে মাৰণাস্ত্ৰ।
আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰসমূহ দুটা একে ৫৬ ৰাইফল তিনিটা মেগজিন আৰু ৭.৬২ এমএম পিষ্টলৰ ৭১জাই সজীৱ গুলি উদ্ধাৰ কৰে।
ওদালগুৰি থানৰ অভিযানত নেতৃত্ব দিয়ে ওদালগুৰিৰ উপ-আৰক্ষীৰ অধীক্ষক মইদুল ইছলাম আৰু ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়া আৰু হৰিছিঙা থানৰ অভিযানত নেতৃত্ব দিয়ে ভেৰগাঁৱৰ মহকুমাৰ আৰক্ষী বিষয়া নিৰ্মল ঘোচৰ লগতে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী প্ৰেমাস্কুৰ হাজৰিকা।
দুয়োটা অভিযানে ওদালগুৰি জিলা আৰক্ষীৰ বিশেষ সফলতা হিচাপে বিবেচিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

শিৱসাগৰৰ জয়ৰাপাৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানঃ ভাগৱত ভ্ৰমণ আৰু...

♦ অসমীয়া জাতিৰ জনক, সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক সৰু গত কৰি ৰাইজৰ মাজত আন্তৰিকতাপূৰ্ণ সমন্বয় সম্প্ৰীতি...

ৰঙাপৰাত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ সজাগতা সভা

◊ শোনিতপুৰ জিলাৰ ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজুলি গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত জৈৱ বিবিধতা অধিনিয়ম, ২০০২ৰ...

শিক্ষাবিদ ড° অনিল শ‍ইকীয়াক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা...

♦ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি লোকসংস্কৃতিৰ গৱেষক তথা...