23 C
Guwahati

শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ

- Advertisement -

♦শিৱসাগৰৰ পৰা পৰাগ বড়াঃ ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত আজিৰে পৰা ১৩ মার্চলৈ আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ৷ আজি শুভ উদ্বোধন অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে দি পি ৰেখা কুলিয়ে৷ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত কৃষ্ণ কমল বৰা, ডঃ সমাৰজ্যোতি মহন্ত, দৌল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈ আৰু বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

অসমীয়া সংস্কৃতিলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান | ৰাজশ্ৰী সেনাপতি...

কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা অসমৰ অন্যতম প্ৰতিভা সম্পন্ন পুৰুষ। তেওঁ একাধাৰে এগৰাকী নাট্যকাৰ, গীতিকাৰ, অভিনেতা, গল্পকাৰ, প্রৱন্ধকাৰ, ঔপন্যাসিক, ৰাজনীতিবিদ...

লাইলাপুৰৰ শিহৰণকাৰী ঘটনাৰ সাক্ষী নাজিৰাৰ এগৰাকী আৰক্ষী জোৱান

■ লাইলাপুৰত সংঘটিত শিহৰণকাৰী ঘটনাৰ সাক্ষী হ'ল শিৱসাগৰ নাজিৰাৰ এজন আৰক্ষী জোৱান।গুৰুত্বৰ ভাৱে আহত নাজিৰাৰ এজন আৰক্ষী...

অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষাতো ব্যাপক অনিয়মৰ অভিযোগ

◊ এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে৷ বিটিআৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰাৰ...