19 C
Guwahati

চৰাইদেউ জিলাত এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীকঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

- Advertisement -

♦ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজখালৈ ঘোগুৰা-ডবা চাৰিআলি সংযোগী ২.৫ কিলোমিটাৰ দৈঘৰ এটা পথ। এই পথটো অতি জৰাজীৰ্ণ অৱস্থা৷

বিগত পাঁচ বছৰে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। উক্ত পথটোৱে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্র ছাত্ৰী তথা চিকিৎসালয়লৈ যোৱা ৰোগীৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে।

মন্ত্ৰী যোগেন মহনে যোৱা পাঁচটা বছৰত এই পথটোৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নোলোৱাত পথটো দ দ গাঁতলৈ পৰিনত হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ৷

ৰাইজে এই পথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে পথটো মেৰামতি কৰি ৰাইজৰ যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

বিশিষ্ট শিক্ষাবিদ, লেখক দেৱেন দত্তৰ শেষকৃত্য অনুষ্ঠান নৱগ্ৰহ শ্মশানত...

♦ বিশিষ্ট শিক্ষাবিদ, কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা লেখক দেৱেন দত্তৰ শেষকৃত্য অনুষ্ঠান নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা...

‘The Indian Slow Cooker’ Debunks All Kinds of Indian...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

সমগ্ৰ ধুবুৰীত ১৪৪ ধাৰা জাৰিঃ নিশা ডাম্পাৰ, টেক্টৰ, ই-ৰিক্সা...

● যোৱা কেইসপ্তাহমানৰ পৰা ৰাজ্যখনত পথ দুৰ্ঘটনা ফলত মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। সেয়ে বৰ্তমান ঘন-কুঁৱলীৰ...