22 C
Guwahati

শিৱসাগৰত দৰিকা দলঙৰ দুই মূৰৰ কামত ব্যাপক অনিয়ম

- Advertisement -

♦বহু প্ৰতীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ হাঁহচৰা আৰু ডিমুৱালৰ মাজত দৰিকা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও পূৰ্ণ নহ’ল দুই মূৰৰ মাটিৰ কাম৷ প্ৰায় দুই কোটি পাঁচ লাখ টকাৰে নিৰ্মাণ কৰা এই দৰিকা দলংখনৰ দুইমূৰৰ আধাৰুৱা কামে ৰাইজক এতিয়া চিন্তিত কৰি তুলিছে৷ ইতিমধ্যে পকীৰ কাম সম্পূৰ্ণ হোৱা দলঙখনৰ দুইমূৰত দেখা গৈছে বৃহৎ ফাঁট৷ উল্লেখনীয় যে এই পথচোৱাৰ নাতিদূৰৈত ডিমুৱাল বিদ্যাভৱন অৱস্থিত আৰু বৰষুণ দিলে পথচোৱাইদি চাইকেল নতুবা আন বাহন তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিপদজনক হৈ পৰে৷ জনসাধাৰণক সম্ভাব্য সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ সচেতন ৰাইজে জিলা উপায়ুক্তৰ হস্তক্ষেপৰ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্য মঞ্চৰ বহুভাষিক কবি সন্মিলন সম্পন্ন 

■ নলবাৰী : আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্য মঞ্চৰ নলবাৰী শাখা সমিতিৰ উদ্যোগত সন্ধিয়া বহুভাষিক কবি সন্মিলন এখন সম্পন্ন...

চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ; আফগানিস্তানত...

■ নৰেন্দ্ৰ মোডীয়ে সোমবাৰে চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৰাজকুমাৰ ফৈজল বিন ফাৰহান আল চাউদক সাক্ষাৎ কৰে।...

নাৰী তুমি অনন্যা✒️ৰাজশ্ৰী সেনাপতি গগৈ

নাৰী তুমি অনন্যা এগৰাকী নিমাতি কন্যা৷ পৃথিৱীত তুমিয়ে বলিষ্ঠ সৰ্ববগুণী তুমিয়ে গঢ়িব পৰা স্বৰ্গ, পুনৰায় স্বৰ্গকো কৰিব পাৰা...