31 C
Guwahati

আজি শাওণ মাহৰ প্ৰথম সোমবাৰঃ কৃষ্ণাই পাগলা বাবা আশ্ৰমত শিৱ ভক্তৰ সমাগম

- Advertisement -

♦আজি শাওণ মাহৰ প্ৰথম দিন, সোমবাৰ। প্ৰবাদ মতে শাওণ মাহটো হৈছে মহাদেৱ শিৱৰ জন্ম মাহ আৰু সোমবাৰটো হৈছে জন্মবাৰ৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী শিৱ ভক্ত লোক সকলে শাওণ মাহত শিৱৰ আৰাধনা কৰে আৰু এই মাহটোৰ প্ৰতিটো সোমবাৰ শিৱ পূজাৰ বাবে পবিত্ৰ দিন বুলি গণ্য কৰি  ভগবান শিৱৰ উপাসক সকলে ব্ৰত পালন কৰে।

পৰম্পৰা ৰক্ষা কৰি আজি শাওণ মাহৰ প্ৰথম দিনা শিৱ মন্দিৰ সমূহ দৰ্শন কৰি পূজা অৰ্চনা কৰিছে ভক্ত সকলে। গোৱালপাৰা জিলাৰ কৃষ্ণাই জ্যোতিনগৰৰ পাগলা বাবা আশ্ৰমৰ শিৱ মন্দিৰতো দেখা গ’ল ভক্তৰ সমাগম। অৱশ্যে বিগত বছৰবোৰৰ দৰে এইবেলি আশ্ৰমৰ শিৱ মন্দিৰটোত ভক্তৰ ভিৰ নাই। ক’ভিড প্ৰ’টকল মানি আশ্ৰম পৰিচালনা সমিতিয়ে আজি অনুষ্টুপীয়াকৈ আয়োজন কৰিছে শিৱ পূজা ৷ ভক্ত সকল আহিছে আৰু শিৱ বাবাক প্ৰাৰ্থনা জনাই আঁতৰি গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
17 %
2.9kmh
98 %
Tue
31 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজ ধৰ্ম পালন কৰাৰ...

↵অসমৰ নৱতম মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰা মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন...

দশম শ্ৰেণী উত্তীৰ্ণ বাবে ৰে’ল বিভাগত ৬,৮৯১ টা চাকৰিৰ...

■ ভাৰতীয় ৰে'লৱেত চাকৰিৰ সুযোগ। যিসকলে ৰেলপথত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰে। তেওঁলোকৰ বাবে এইয়া...

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দিয়াৰ প্ৰতিবাদত...

♦কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে উত্তপ্ত কৰিছে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধান সমষ্টিৰ...