24.4 C
Guwahati

কৃষ্ণাই দুই ড্ৰাগছ ব্যৱসায়ী আটকঃ আৰক্ষীয়ে জব্দ কৰিলে তিনি গ্ৰাম হিৰ’ইন

- Advertisement -

●সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে যোৱা নিশা গোৱালপাৰা জিলাৰ কৃষ্ণাইতো আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

আটকাধীন যুৱক দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে  ড্ৰাগছ ভৰ্তি পাঁচটা কন্টেনাৰো জব্দ কৰে ৷ আৰক্ষীয়ে ড্ৰাগছ খিনি হিৰ’ইন বুলি সন্দেহ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন যুৱক দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ৰঙাপৰাৰ বি এছ এন এল কাৰ্যালয়ত চুৰি কাণ্ড

◆ প্ৰতিবেদক,ৰঙাপৰা- ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ ৰঙাপৰাৰ কাৰ্যালয়ত চুৰি কাণ্ড। ৰঙাপৰাৰ ১ নং ৱাৰ্ডস্থিত বি এছ এন...

Papaya Side Effect: কিয় অমিতা খাব নালাগে, শৰীৰত ডাঙৰ...

● অমিতা এটা অতি উপকাৰী পাচলি ● ওজন হ্ৰাস কৰাৰ পৰা শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত অমিতাৰ এক গুৰুত্বপূৰ্ণ দিশ আছে ●...

লাইলাপুৰৰ শিহৰণকাৰী ঘটনাৰ সাক্ষী নাজিৰাৰ এগৰাকী আৰক্ষী জোৱান

■ লাইলাপুৰত সংঘটিত শিহৰণকাৰী ঘটনাৰ সাক্ষী হ'ল শিৱসাগৰ নাজিৰাৰ এজন আৰক্ষী জোৱান।গুৰুত্বৰ ভাৱে আহত নাজিৰাৰ এজন আৰক্ষী...