20 C
Guwahati

পৰ্দাৰ কাপোৰ পিন্ধি পৰীক্ষা দিলোঁ

- Advertisement -

 

হাফ পেণ্ট পৰিধান  কৰাৰ বাবে বহিবলৈ নিদিলে পৰীক্ষাত; অৱশেষত পিন্ধিবলগীয়া হ’ল পৰ্দাৰ কাপোৰ

ছুটি কাপোৰক কেন্দ্ৰ কৰি যুৱতীগৰাকীয়ে মানসিক নিৰ্যাতন চলোৱাৰো আনকি অভিযোগ কৰে শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে
তেজপুৰত হাফ পেণ্ট পৰিধান কৰাৰ বাবে পৰীক্ষাত বহিবলৈ বাধা আৰোপ কৰা হ’ল এগৰাকী ছাত্ৰীক ৷ কৃষি বিভাগৰ এক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল তেজপুৰৰ GIMTত ৷
পৰীক্ষাৰ্থীগৰাকীৰ ঘৰ বিশ্বনাথত ৷ শিক্ষানুষ্ঠানখনে পৰ্দাৰ কাপোৰ পৰিধান কৰাইহে পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে৷

ছুটি কাপোৰক কেন্দ্ৰ কৰি যুৱতীগৰাকীয়ে মানসিক নিৰ্যাতন চলোৱাৰো আনকি অভিযোগ কৰে শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ওদালগুৰি জিলাত ১০০ খনতকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ...

■ ওদালগুৰি জিলাত স্কিল ডেভেলপমেণ্ট অনুষ্ঠানৰ দ্বাৰা ১০০ খন তকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ ■ ১১৪...

নলবাৰী জিলা সাহিত্য সভাৰ ‘আকাশ’ আলোচনী উন্মোচন

‘‘জাতীয় চেতনাক মহিলাসকলেহে ৰক্ষা কৰিব পাৰিব ।’’ —ডঃ উপেন্দ্ৰজিৎ শৰ্মা নলবাৰী : ‘‘মহিলাসকলক ধৰি ৰাখিব নোৱাৰিলে সমাজৰ চেতনাক...

অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা...

♦প্ৰতিবাদেৰে উত্তাল শিৱসাগৰ নাজিৰা। নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। অ’এনজিচিৰ...