19 C
Guwahati

নলবাৰী ঘগ্ৰাপাৰৰ-বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান :

- Advertisement -

 

ঘগ্ৰাপাৰৰ-বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান :জী-জোৱাই কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান :


নলবাৰী প্ৰতিনিধি অসম খবৰ ১৯ ছেপ্টেম্বৰ ::

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ আলিকাষ চুবুৰী নামঘৰত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ভাদমহীয়া ভাগৱত পাঠ,নাম সংকীৰ্তন,সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হয়।
পবিত্ৰ ভাদ মাহ উপলক্ষে গোটেই ভাদ মাহটো উক্ত নামঘৰত অঞ্চলটোৰ পুৰুষ-মহিলা সকলে নাম কীৰ্তন কৰি আহিছিল।দেওবাৰে সামৰণি অনুষ্ঠান হিচাপে পুৱা পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে পূৱ-নলবাৰী মিলন আঞ্চলিক থিয় আৰু দিহা নাম দলৰ নাম প্ৰদৰ্শনে ৰাইজক আল্পুত কৰি তুলে।
উক্ত অনুষ্ঠিত জী-জোৱাই আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি মৃদুল কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

ফইজুল হক চৌধুৰী

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

তেজপুৰ Ascent School of Nursing উদ্যোগত স্বচ্ছ ভাৰত  অভিযান...

  তেজপুৰ Ascent School of Nursing উদ্যোগত স্বচ্ছ ভাৰত  অভিযান : আজি ২ অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ...

দেশত বৰ্তমানলৈকে ১৭৩ কোটি ৮৬ লাখৰো অধিক পালি কোভিড...

♦ দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ১৭৩ কোটি ৮৬ লাখৰো অধিক পালি প্ৰদান কৰা...

মুম্বাইত লোক নৃত্য প্ৰতিযোগিতাত জোনাক নয়নী কাশ্যপৰ শ্ৰেষ্ঠ স্থান...

গুৱাহাটীঃ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা জুলাই মাহত নেভ ইভেণ্টেছ এণ্ড এণ্টাৰটাইমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক নিউটন হাজৰিকাৰ উদ্যোগত...