19 C
Guwahati

মডেল ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ

- Advertisement -

 

মডেল ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ

মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা।

পুনৰ গ্ৰেপ্তাৰ সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱা।
আজি দিছপুৰ
আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ৰাজকন্যাক।

মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদন হাতত লৈ আৰম্ভ কৰিছে তদন্ত।
পোহৰলৈ আহিল সুৰাসক্ত ৰাজকন্যাৰ চিকিৎসাৰ নামত অভিনয়ৰ নাটকখন।
তদন্ত আওতালৈ আহিব পাৰে জিএনআৰ চিৰ শীৰ্ষ চিকিৎসকো।
সুৰাসক্ত মডেল ৰাজকন্যাৰ বিৰুদ্ধে ৩০৮ ধাৰা ৰুজু কৰা হৈছে।

এই নতুন ধাৰা অনুসৰি সাত বছৰ পৰ্যন্ত জে’ইল হ’ব পাৰে ৰাজকন্যা বৰুৱা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

Yamaha Organizes The Call of Blue Weekend in Guwahati

Guwahati, 23rd November 2024: India Yamaha Motor Pvt. Ltd. (IYM), under its exhilarating brand campaign, hosted -...

অসম সত্ৰ মহাসভাৰ ঐতিহাসিক দলিল ‘সত্ৰ বাৰ্তা’ৰ শুভ উন্মোচন

♦ ঐতিহ্যমণ্ডিত অসম সত্ৰ মহাসভাৰ ঐতিহাসিক দলিল সত্ৰ বাৰ্তাৰ পুনৰ উন্মোচন কৰা হয় যোৱা ১৬ আগষ্টত। এই...

সংবিধানৰ বাৰ্তা প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন প্ৰবাহঃ মন্ত্ৰী নন্দিতা গৰ্লোছা

গুৱাহাটীত সংবিধান দিৱস পদযাত্ৰা উদযাপন কামৰূপ মহানগৰঃ দেশৰ ৭৫ সংখ্যক সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া...