24.4 C
Guwahati

ইঞ্জিন যুক্ত নাও বন্ধ : বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী প্ৰতিবাদ :

- Advertisement -

 

 

ইঞ্জিন যুক্ত নাও বন্ধ :
বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী প্ৰতিবাদ :

যোৰহাটৰ নিমাতী ঘাটত হোৱা নাও দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অসমতে এক ইঞ্জিন চালিত নাও সমূহ বন্ধ কৰি দিয়াৰ ফলত সমস্যাৰে জৰ্জৰিত হৈ পৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ প্ৰায় ৪৩ খন গাৱঁৰ ১ লাখতকৈও অধিক লোকৰ ।
উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ ৩ খন গাওঁ পঞ্চায়তৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী মুকালমুৱা অন্যান্য স্কুল কলেজৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয় আদালত উত্তৰ পাৰে অৱস্থিত হোৱা বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।

ইফালে চৰাঞ্চলবাসী ৰাইজে চৰকাৰক ইয়াৰ স্থায়ী সমাধান বিচাৰি চৰকাৰলৈ অনুৰোধ জনাই আজি ৩ ঘন্টীয়া ধৰ্মঘাট কাৰ্য্যসুচী ৰূপায়ণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

তুলসীৰ তলে তলে মৃগ পহু চৰে… | ফটো- মৃন্ময়

   

অসমৰ ব্যৱসায়ীক মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াত চেপা উত্তেজনাঃ বিহিত...

■ ক’ভিড ১৯ নিয়ন্ত্ৰণৰ বাবে আংশিক লক ডাউন ঘোষণা হোৱাৰে পৰা সৰু- বৰ সকলো শ্রেণীৰ ব্যৱসায়ী, শ্ৰমিকৰ...

দুধনৈৰ চেঁচাপানী পশু চিকিৎসালয়ৰ বিধ্বস্ত অৱস্থাঃ পুণৰ্নিমান কৰিবলৈ দাবী...

♦অসম চৰকাৰে গ্ৰাম্যঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থ ৰাজ্যখনৰ বিভিন্ন স্থানত স্থাপন কৰা বহু পশু চিকিৎসালয়ৰ অৱস্থা বৰ্তমানে পুতৌলগা...