24.4 C
Guwahati

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰীত :

- Advertisement -

 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰীত :

 

দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী নগৰ প্ৰাথমিক শাখাৰ উদ্দ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত।

পৰিবেশ নিকাকৰণ,নাম প্ৰসংগ,ধৰ্মধ্বজা উত্তোলন,ভাগবত পাঠ,আই মাতৃ সকলৰ দ্বাৰা থিয় নাম আৰু দিহা নাম পৰিবেশন,ধৰ্মালোচনী আৰু সম্বৰ্ধনা সভা, সদৌ শেষত ধৰ্মধ্বজা অবতৰণ কৰি দিনযোৰা কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ সামৰণি পৰে।https://youtu.be/3E_Te43x-XI

নলবাৰী নগৰ প্ৰাথমিক শাখাৰ সভাপতি কুলেশ মজুমদাৰ, সম্পাদক প্ৰদীপ দত্ত, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সিমান্ত বৰ্মন, সম্পাদক জিতু তালুকদাৰ, কিশোৰ তালুকদাৰ,গকুল দাসৰ লগতে বিষয়ববীয়াই সম্পূৰ্ণ কভিড নীতি নিৰ্দেশনা মানি সুকলমে অনুষ্ঠানৰ সফল সমাপ্ত কৰে।

প্ৰেৰক – ফইজুল হক চৌধুৰীৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ জিলা প্ৰশাসনৰ ক্ষীপ্ৰতাৰে প্রস্তুতি

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই৷ ৰঙালী বিহুৰ পিছতে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন৷ প্ৰথম...

লাল কৃষ্ণ আদৱানিলৈ ভাৰত ৰত্ন

বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ...

বিশ্বনাথৰ  আমবাৰিত ক্ষুদ্ৰ ব্যৱসায়ীৰ সংবাদ মেল 

বিশ্বনাথৰ  আমবাৰিত ক্ষুদ্ৰ ব্যৱসায়ীৰ সংবাদ মেল  বিশ্বনাথ নগৰৰ আমবাৰিত শনিবাৰে অনুষ্ঠিত হ'ল এক সংবাদ মেল।এই সংবাদমেল জৰিয়তে ব্যৱসীয় ...