24.4 C
Guwahati

শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়ালে সোনৰ পদক

- Advertisement -

● তেজপুৰত অনুষ্ঠিত ৩৮সংখ্যক শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হল সোনৰ পদক।শোণিতপুৰ জিমৰ উদ্যোগত যোৱা ২০ আৰু ২১ নবেম্বৰ তাৰিখত তেজপুৰৰ অসমীয়া ক্লাৱৰ অনুষ্ঠিত প্ৰতিযোগিতাৰ ভাৰত্তোলন শাখাৰ ৬৭ শিতানত জেষ্ঠ্য শাখাত ৰঙাপৰাৰ জুমৰাত আলিয়ে সোনৰ পদক অৰ্জন কৰে। ভাৰত্তোলন শাখাৰ ৫৫ কেজি শিতানৰ কনিষ্ঠ শাখাত জিন্টু ৰাম বড়োয়ে সোনৰ পদক লাভ কৰে। প্ৰতিযোগিতাৰ শক্তি উত্তোলন শাখাৰ ৭৪ শিতানৰ দিলীপ গুৰুংয়ে মাষ্টাৰ গল্ড লাভ কৰিবলৈ সক্ষম হয়।শক্তি উত্তোলন শাখাৰ ৮৩ শিতানৰ জেষ্ঠ্য শাখাত নয়ন বৰাই সোনৰ পদক লাভ কৰে। প্ৰতিযোগীসকলে ৰঙাপৰাৰ ছাই পাৱাৰ ফিটনেছ জিমৰ ছালামত দেৱানৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক...

সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুংক অসম খবৰ ডিজিটেল ডেস্ক ...

Malaika Arora Turns Up The Heat In Deep Neck...

How To Have Clean Home Without Disturb Your Lovely...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...