19 C
Guwahati

World’s Smallest Revolver: পৃথিৱীৰ আটাইতকৈ সৰু ৰিভলভাৰ, দাম শুনিলে আচৰিত হ’ব

- Advertisement -

■ আপুনি কেতিয়াবা কেৱল মাত্ৰ ২০ গ্ৰাম ওজনৰ ৰিভলভাৰৰ বিষয়ে ক’ৰবাত শুনিছে নেকি? অৱশ্যে কোনো পুতলা ৰিভলভাৰ কথা কোৱা হোৱা নাই। বিশ্বত এনে এটা ৰিভলভাৰ আছে, যাৰ গুলীত হঠাৎ এজন লোকৰ মৃত্যুও হ’ব পাৰে! এনেধৰণৰ আটাইতকৈ সৰু ৰিভলভাৰটো এটা চুইজাৰলেণ্ড কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। এই ৰিভলভাৰটো সহজে হাতৰ তলুৱাত লুকুৱাই ৰাখিব পাৰি।

এই ৰিভলভাৰৰ নাম চি১এছটি। ৫.৫ চেমি দৈৰ্ঘ্য আৰু ১ চেমি বহল ৰিভলভাৰটোৰ মূল্য ৫ লাখ টকা। ইয়াৰ আকাৰ ইমানেই সৰু যে, যিকোনো ঠাইতে সহজে লুকুৱাই ৰাখিব পাৰি।

ৰিভলভাৰৰ ক্ষমতা যথেষ্ট কম। গতিকে এই গুলীৰ ফলত মৃত্যুৰ আশংকা কম থাকে। কিন্তু নিৰ্মাণ প্ৰতিষ্ঠানটোৱে দাবী কৰে যে যদি এজন ব্যক্তিৰ মূৰৰ ওচৰৰ পৰিসৰত গুলী চালনা কৰা হয়, তেন্তে গুৰুতৰ আঘাতৰ আশংকা আছে। গিনিছ বুকৰ ৰেকৰ্ড অনুসৰি এই ৰিভলভাৰটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু বন্দুক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

মাছ ধৰিবলৈ গৈ কোটিপতি হ’ল মাছমৰীয়াঃ ১১ কোটি মূল্যলৈ...

■ আঁঠুৰ মূৰত সোণ বিচৰা কথাৰ যেন প্ৰমাণ কৰি তুলিছে এগৰাকী মাছমৰীয়াই। সৌভাগ্যবান মাছমৰীয়াজন হঠাৎ হৈ পৰিল...

ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গে সদায় টি-চাৰ্টৰ দৰে কাপোৰ কিয়...

● ডিজিটেল মাধ্যমৰ সামাজিক মাধ্যম ফেচবুক বৰ্তমান পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় অনন্য এক মঞ্চ। ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গক...

৯১৯ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি বিশ্ব ৰেকৰ্ডত...

■ মানুহে কি নকৰে, মানুহ সঁচাই বৰ আচৰিত। অদ্ভুত কাম কৰাৰ হেঁপাহ সকলোৰে থাকে। কিন্তু মানুহতকৈ অধিক...