34 C
Guwahati

ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ভৱন মুকলি

- Advertisement -

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মিত ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ৰাজহুৱা ভৱনটো মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই। এই ভৱন দুটাই আগন্তুক সময়ত ভক্ত প্ৰাণ ৰাইজৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আয়োজনত নিশ্চিতভাৱে সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে। এই ভৱন দুটি মুকলিৰ শুভ মূহুৰ্তত ভক্ত প্ৰাণ ৰাইজৰ লগতে বহু সংখ্যক স্থানীয় ব্যক্তি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

বন বিভাগৰ বন বিষয়াক ৰদ-বদলৰ তালিকা প্ৰকাশ

    বন বিভাগৰ বন বিষয়াক ৰদ-বদলৰ তালিকা প্ৰকাশ কোন বিষয়াক ক'ত নিযুক্তি লাভ কৰিলে মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ পাছতে ৰদ বদল...

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটত অনিয়ম হোৱা বুলি উঠা অভিযোগক...

কৃষ্ণাইৰ ভেলাখামাৰত চিআৰপিএফৰ চিভিক একচন কাৰ্যসূচী সম্পন্ন

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ শাস্ত্ৰী নগৰত অৱস্থিত চিআৰপিএফৰ ১৫২ বেটেলিয়নৰ উদ্যোগত আজি কৃষ্ণাই...