24 C
Guwahati

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনৰ দেহাৱসান

- Advertisement -

■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
দেওবাৰে বিয়লি ৬ বাজি ২০ মিনিটত দিছপুৰ হস্পিটেলৰ পৰা নেদেখা জনৰ ওচৰলৈ গুচি যায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অভিভাৱক স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মন। আজি কিছুদিন ধৰি তেওঁ উচ্চ ৰক্তচাপ আৰু শ্বাস প্ৰশ্বাসজনীত কাৰনত তেওঁ দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

১৯৩১ চনৰ ১২ অক্টোবৰত নলবাৰীৰ বেলশৰৰ শিঙিমাৰাত জন্ম গ্ৰহণ কৰিছিল ডা:ভূমিধৰ বৰ্মনে।

৭ বাৰকৈ অসম বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈছিল সদ্য প্ৰয়াত ডা: ভূমিধৰ বৰ্মনে।

১৯৬৭ চনত পোনপ্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল অসম বিধানসভাৰ মজিয়ালৈ।

অসমৰ ১২ নং মুখ্যমন্ত্ৰী আছিল ডা: ভূমিধৰ বৰ্মন।

সমগ্ৰ অসমকে ধৰি নলবাৰী জিলাতো আজি শোকৰ ছাঁ পৰিছে। বিশেষকৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিবাসীয়ে এজন অভিভাৱক হেৰুৱা যেন অনুভৱ কৰিছে।

নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা উন্নতি সভা, নলবাৰী জিলা যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সাহিত্য সভা আৰু নলবাৰী জিলাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগতে বিভিন্ন স্তৰৰ ৰাইজে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

গুৱাহাটীত বৃদ্ধ দম্পতীক নিৰ্মমভাৱে হত্যা; এজনক গ্ৰেপ্তাৰ, আন ৪...

■ গুৱাহাটীঃ আৰক্ষীয়ে গীজগিজাই থকা গুৱাহাটী মহানগৰ মাজমজিয়াত পুনৰ এক হৃদয় কঁপাই যোৱা হত্যাকাণ্ড ঘটনা সংঘটিত হৈছে।...

ব্যস্ত অধ্যক্ষ অশোক ভট্টৰা উপ নিৰ্বাচনৰ :

  ব্যস্ত অধ্যক্ষ অশোক ভট্টৰা উপ নিৰ্বাচনৰ : ব্যস্ত অধ্যক্ষ অশোক ভট্টৰা উপ নিৰ্বাচনৰ  । ৫৮ নং তামুলপুৰ বিধান সভা...

১ নিযুত বিক্ৰীৰে চিগ্রামৰ  100 PIPERS  ভাৰতৰ প্ৰথম একমাত্র...

  ১ নিযুত বিক্ৰীৰে চিগ্রামৰ  100 PIPERS  ভাৰতৰ প্ৰথম একমাত্র স্কচ ব্ৰেণ্ড ডিজিটেল ডেস্ক অসম খবৰ গুৱাহাটীৰ ৮ অক্টোবৰ, ভাৰতত...