20 C
Guwahati

ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত নলবাৰী জিলা সাহিত্য সভাৰ গভীৰ শোক

- Advertisement -

নলবাৰী : ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । এক প্ৰেছ বাৰ্তাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই কয় যে নলবাৰীৰ সুসন্তান, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সুদক্ষ–জনপ্ৰিয় চিকিৎসক, প্ৰবীন ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনৰ ১৮ এপ্ৰিলত হোৱা আকস্মিক বিয়োগে নলবাৰীৰ সমাজ জীৱনত বাৰুকৈয়ে শূন্যতাৰ সৃষ্টি কৰিছে । ২০০৪ খৃষ্টাব্দত নলবাৰী জিলাৰ বেলশৰত আয়োজিত অসম সাহিত্য সভাৰ দ্বিতীয় বিশেষ বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতিৰ দায়িত্ব লৈ অধিৱেশনখন সফল কৰিবলৈ সমাজ–সাহিত্যপ্ৰাণ ডাঃ ভূমিধৰ বৰ্মনে কৰা অহোপুৰুষাৰ্থৰ কথা শ্ৰদ্ধাৰে স্মৰণীয় হৈ থাকিব বুলিও প্ৰেছ বাৰ্তাটোত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই দোহাৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

Could 2021 Be The Year of Technology for Your...

To understand the new smart watched and other pro devices of recent focus, we should look to...

লাকুৱাত স্বাধীনতা অমৃত মহোৎসৱঃ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি...

♦ লাকুৱাৰ লিথিংগা বস্তিত আজি ৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতা অমৃত মহোৎসৱ শীৰ্ষক এক কাৰ্য্যসূচী...

কৃষ্ণাইত ৰে’লৰ খুন্দাত বৃদ্ধাৰ মৃত্যু

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ধাইগাঁৱত আজি নিচেই পুৱা...