19 C
Guwahati

শিৱসাগৰ হাঁহচৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুকলি বিহু

- Advertisement -

♦ উপস্থিত দৰ্শকক আপ্লুত কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

♦”ক’ভিড-১৯ৰ সংক্ৰমণৰ, কৱলৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই, ৰাইজক সাৱধানে থাকিবলৈ আহ্বান বৰষাৰ।

♦ শিৱসাগৰ হাঁহচৰাত অনুস্থিত মুকলি বিহুত উপস্থিত থাকে অভিনেত্ৰী বৰষা ৰাণী বিষয়া।

◊পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ অসমৰ আগশাৰীৰ কেইবাটাও হুঁচৰি দলে অংশগ্ৰহণ কৰে এই মুকলি বিহুত। অভিনেত্ৰী বৰষা ৰাণী বিষয়া এই মুকলি বিহুত উপস্থিত থাকি নৃত্য প্ৰদৰ্শনেৰে আপ্লুত কৰে ৰাইজক।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰষাৰাণী বিষয়াই কয় যে “ক’ভিডৰ সংক্ৰমণৰ, কৱলৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই, গতিকে সকলোৱে বিহু সাৱধানে উদযাপন কৰক, সকলোৱে সাৱধানে থাকক৷ কাৰণ জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম, সকলোৱে সাৱধানে এই বহাগ উদযাপন কৰক”।

চৰকাৰৰ SOP মানি ১১বজাতেই এই বিহু সামৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

ধ্বংসৰ গৰাহত পাটসাঁকোৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ...

■ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা ধ্বংসৰ গৰাহত অবিভক্ত শিৱসাগৰ পাটসাঁকোৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ...

শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ

♦শিৱসাগৰৰ পৰা পৰাগ বড়াঃ ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত আজিৰে পৰা ১৩ মার্চলৈ আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ...

ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ ■ ৰঙিয়াৰ স্বাভিমানী আৰু বীৰ পুৰুষ সকলৰ বংশধৰ ৰঙিয়াৰ ৰাইজে মিলি প্ৰতি...