32.2 C
Guwahati

নদী বা পুখুৰীত নহয়, ব্যস্ত পথত জাল মাৰিছে দল-সংগঠনৰ কৰ্মীসকলে

- Advertisement -

■ মানিকপুৰৰ পাতিলাদহাত পথ মেৰামতিৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ।

বঙাইগাঁও জিলাৰ পাতিলাদহা তিনি আলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা ৰাস্তা মেৰামতিৰ দাবীত আজি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাস্তাৰ ওপৰত জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মানিকপুৰৰ অতিকৈ গুৰুত্বপূৰ্ণ এই পথটো ২৫ বছৰে নিৰ্মাণ নোহোৱাত জহি খহি গৈছে পথটো।

পাতিলাদহা বজাৰ, ৰে’লৱে ষ্টেচন আদিলৈ নিতৌ হাজাৰ হাজাৰ লোকে যাতায়ত কৰে উক্ত পথটোৰে। এখন ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা পথৰ এনে কদৰ্যময় অৱস্থা হোৱাত প্ৰকৃততে উদঙাই দিছে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ উন্নয়নৰ ফোপোলা স্বৰূপ। অনতিপলমে পথটো নিৰ্মাণ কৰিবলৈ দল- সংগঠনে দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

নিজৰ যৌনাঙ্গ জোখাৰ বাবে মূত্ৰনলীত ইউএছবি কেবল! জটিল অস্ত্ৰোপচাৰ...

■ নজনা কথা জানিবলৈ কৌতূহলী হোৱাটো ভাল। কিন্তু বিপদৰ সৃষ্টি কৰিব পৰা বস্তুবোৰৰ বিষয়ে কৌতূহল ভাল নহয়!...

ৰঙাপৰাত অনুষ্ঠিত অসম চাহ মজদুৰ সংঘৰ সাংগঠনিক সভা, সংঘক...

● অসম চাহ মজদুৰ সংঘৰ এক জৰুৰী সাংগঠনিক সভা অসম চাহ মজদুৰ সংঘৰ ৰঙাপৰা স্থিত কাৰ্যালয়ত আজি...

বানে ছিগা কৃষ্ণাই ভেলাখামাৰ লালবৰি গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাঃ...

■ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ কৃষ্ণাই-ভেলাখামাৰ-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি...