Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

22.1 C
Guwahati

বিহালীত নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছাত্ৰ মুক্তি

- Advertisement -
বিহালীত নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছাত্ৰ মুক্তি ::
বিহালী ২৮আগষ্ট ::
ধেমাজিৰ মৰিধল কলেজৰ মেধাৱি ছাত্ৰী নন্দিতা শইকীয়াৰ সোঁৱৰনত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী থানবিহালীত বন্তুি প্ৰজ্বলন কৰে বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ঘাটকৰ দাৰ ঘাপত মৃত্যু হোৱা ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ সমবেদনা ও শ্ৰদ্ধাঞ্জলি জনাই থান বিহালী ৰাজহুৱা মঞ্চৰ সন্মুখত বন্তুি প্ৰজ্বলন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলী জনোৱেৰ লগতে দোষীক উপযুক্ত শাস্তী দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰামৰ সমিতি কৰ্মকর্তা সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
18.1 ° C
18.1 °
18.1 °
80 %
1kmh
5 %
Thu
18 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

শিৱসাগৰ নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ...

♦শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হুৱা...

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে মুখ্য প্ৰশিক্ষকৰ...

■ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে আজি আনুষ্ঠানিকভাৱে মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন কৰাৰ পিছত...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত কুমাৰ ভাস্কৰ বৰ্মা দিৱস...

◊৫০ বছৰ পাছত অসমীয়া ভাষাৰ অৱস্থা টান নৰিয়াৰপৰা উঠা মানুহৰদৰে থৰক্‌বৰক্‌ হ’ব— ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য ♦নলবাৰীঃ নলবাৰী...