24.4 C
Guwahati

তেজপুৰত চাফাই অভিযান মহিলা আৰোগ্য সমিতি উদ্যোগত :

- Advertisement -

 

তেজপুৰত চাফাই অভিযান
মহিলা আৰোগ্য সমিতি উদ্যোগত :

নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই তেজপুৰ হৰিজন কলনি মহিলা আৰোগ্য সমিতিৰ উদ্যোগত শুক্ৰবাৰে তেজপুৰ হৰিজন কলনিত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সহ:সমন্বয়ক ৰাজ শইকীয়া আৰু নগৰীয়া স্বাস্থ্য কেন্দ্ৰ এ এন এম নাৰ্চ পাপৰি বৰুৱা, আশা কৰ্মী টুনটুন দাস, আশা চুমী বেগমৰ লগতে মহিলা সমিতি সভানেত্ৰী কাজল বাজফুৰকে ধৰি অঞ্চলটো সচেতন ব্যক্তি উপস্থিত হৰিজন কলনিত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত অঞ্চলটো নলাত থকা লেতেৰা আৱৰ্জনা পৰিস্কাৰ কৰা লগতে
প্লাষ্টিক মুক্ত ও এক সজাগতা সৃষ্টি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

বিশ্বনাথৰ আৰক্ষী ছাউনীত  আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন Video

  বিশ্বনাথৰ আৰক্ষী ছাউনীত  আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন বৃস্হপতি বাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় আৰক্ষী সোঁৱৰণী দিৱস পালন...

নলবাৰীত কেৰাচিনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান || জব্দ কেৰাচিন, সোধ...

■ কেৰাচিনৰ বিৰুদ্ধে নলবাৰীত আৰক্ষীৰ ধাৰাবাহিক অভিযান। জিলাখনত ঘগ্ৰাপাৰ আৰক্ষীয়ে আজিৰ দিনটোত কেইবাটাও প্ৰান্তত চলালে অভিযান। উল্লেখযোগ্য যে...

নলবাৰীত মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃত শিল্পী

● যোৱা দুবছৰে কৰুণা কালীন সময়ত স্তব্ধ হৈ পৰিছিল মৃত শিল্পী সকলৰ জীৱন চৰকাৰে কোভিড নীতি নিয়ম মানি...