19 C
Guwahati

অবৈধ বেদখলকাৰীক কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব বিধায়ক ৰঞ্জিত দত্ত : উচ্চেদ হ’ব বিহালীত ৩২০ বিঘা চৰকাৰী ভূমি

- Advertisement -

 

ৰাজ্য আন আন ঠাই লগতে বিশ্বনাথ জিলাতো
অবৈধ ভাৱে ভূমি দখল কৰা তথ্য পোহৰলৈ আহিছে।
ইফালে বিহালী সমষ্টিৰ বৰজাৰণী পঞ্চায়তৰ অন্তৰ্গত বৰজাৰণীৰ ভূমি সংৰক্ষণ বিভাগৰ অধীনত থকা প্ৰায় ৩২০বিঘা ভূমিত অবৈধ বেদখলকাৰীয়ে অবৈধ ভাৱে দখল কৰা তথ্য প্ৰকাশ পাইছে শেহতীয়াকৈ।


ইফালে এই খবৰটি পায় বুধবাৰে সেই স্থানত উপস্থিত বিধায়ক ৰঞ্জিত দত্ত লগতে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় লাট মণ্ডল,গাঁওবুঢ়া তথা স্থানীয় সচেতন লোক।
অবৈধ ভাৱে দখল কৰি ৰখা ভূমি সমূড় পৰিদৰ্শন কৰে বিধায়ক ৰঞ্জিত দত্তই
৷ ইফালে শীঘ্ৰে উক্ত ভূমি উচ্চেদ হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।
আনহাতে দত্তই কয় কোনো অবৈধ বেদখলকাৰীক কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ আৰম্ভ হ’ল শৈল চিকিৎসা,...

♦ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ মুকলি কৰা হৈছে অস্ত্ৰোপচাৰ কক্ষ। ইতিমধ্যে চিকিৎসালয়খনৰ অভিজ্ঞ...

ৰঙাপৰাৰ নামনিগাঁৱত নৱনিৰ্মিত মছজিদৰ শুভ উদ্বোধন

‘উপসনাস্থলীত মানৱ জাতিৰ মংগলৰ কামনাৰ্থে মানুহে প্ৰাৰ্থনা জনাই আহিছে’- সমাজকৰ্মী নগেন বসুমতাৰী ঈশ্বৰৰ প্ৰাৰ্থনাৰ জৰিয়তে মনৰ শান্তি...

টিহুৰ সুৰভি গোষ্ঠীৰ দ্বিবাৰ্ষিকপূৰ্ণ অনুষ্ঠান সম্পন্ন ★ একেলগে চাৰিখন...

■ নলবাৰী : নলবাৰী জিলাৰ টিহুৰ পখুৰা লখোপুৰ প্ৰাথমিক বিদ্যালয়ত আজি ‘এজাক পখীৰ কাকলি’, ‘মাছমৰীয়া ছোৱালী’, ‘সপোন’...