19 C
Guwahati

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ আৰম্ভ হ’ল শৈল চিকিৎসা, ৰোগী সকললৈ আশাৰ বতৰা

- Advertisement -

♦ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ মুকলি কৰা হৈছে অস্ত্ৰোপচাৰ কক্ষ। ইতিমধ্যে চিকিৎসালয়খনৰ অভিজ্ঞ শৈল চিকিৎসক ডাঃ পিকিলি হাজৰিকাই সম্পন্ন কৰিছে এঘাৰটাকৈ জটিল অস্ত্ৰোপচাৰ। গল-ব্লাডাৰ, হাৰনিয়া, এপেণ্ডিকচ্ আদি ৰোগত ভুগি থকা ৬ গৰাকীকৈ ৰোগীৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ হাজৰিকাই।

চিকিৎসালয়খনৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে নাৰ্চ আৰু কৰ্মচাৰী সকলৰ সহযোগীতাত অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হয় বুলি সদৰী কৰে চিকিৎসক হাজৰিকাই। আনহাতে চিকিৎসকগৰাকীৰ এই প্ৰয়াসৰ শলাগ লৈছে ৰোগীসকলে।দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ অহা ৰোগীসকলে আৰোগ্য লাভ কৰাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ সা-সুবিধা চৰকাৰী চিকিৎসালয়তে লাভ কৰাত যথেষ্ঠ উপকৃত হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

Omicron Assam; অসমত বুধবাৰে প্ৰথমজন অ’মিইক্ৰনত আক্ৰান্ত ৰোগী চিনাক্ত

■ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনাইছে যে, অসমত প্ৰথমটো অ'মিইক্ৰনত আক্রান্ত ঘটনা হৈছে। হোজাইৰ ৩৫ বছৰীয়া...

পৰ্বতঝোৰা জিলা বিজেপিৰ কৰ্ম-কৰ্তা সকলৰ মাজত পৰ্য্যলোচনা সভা

● গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখঃ শাসনাধিষ্ঠি বিজেপি চৰকাৰৰ কাৰ্য্যকালত বিভিন্ন ধৰনৰ উন্নয়ন মূলক কাম-কাজ আদিৰ লগতে...

সম্পৰ্ক, সম্বন্ধ নে আন্তৰিকতাহীন অভ্যাস! ✒️ দীপামণি হাজৰিকা বৰুৱা

অলপদিনৰ আগতে জুনিয়ৰ কলেজ এখনৰ বছেৰেকীয়া খেলধেমালিত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলো। দৰা কইনাৰ প্ৰতিযোগিতা।দৰা, কইনা সকলোৱে নিজৰ...