19 C
Guwahati

তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি ::

- Advertisement -

 

তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি ::


শাৰদীয়্ দূৰ্গা পূজা ।
এই পূজা বতৰত সকলোৱে নতুন নতুন চিন্তাৰে এটা নতুন পৰিকল্পনা লয়।
তাৰ ব্যতিক্ৰম নহ’ল বিশ্বনাথৰ বিহালী মোনাবাৰী বালিপুখুৰী ড০ কিশোৰ হাজৰিকা।
এই দূৰ্গা পূজা বতৰত
গ্রীণ আচিয়ানা উদ্যোগত নতুনকৈ তেজপুৰ মাজগাঁওৰ মুঢ়া টেতেলিত এখন গ্রীণ আচিয়ানা
ভােজনালয় নামেৰে হোটেল মুকলি কৰে শনিবাৰে ।

সাংবাদিক শ্ৰীমন্ত দাসে আঁত ধৰা অনুষ্ঠানটো
হোটেল খন শুভ উদ্বোধন কৰে জিলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ জিলা প্ৰচাৰকে।

ইফালে এই শুভ উদ্বোধনী অনুষ্ঠানত গ্ৰীণ আচিয়ানা স্বত্বাধিকাৰী ড০ কিশোৰ হাজৰিকা লগতে পৰিয়াল বৰ্গৰ ও অঞ্চলটো বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

শিৱসাগৰ হাঁহচৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুকলি বিহু

♦ উপস্থিত দৰ্শকক আপ্লুত কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ♦"ক’ভিড-১৯ৰ সংক্ৰমণৰ, কৱলৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই,...

হস্তমৈথুন ভাল নে বেয়া? কোন সময়ত হস্তমৈথুন কৰিব? কেতিয়াবা...

♂ এই বিশেষ লেখনিত, এজন পঢ়ুৱৈয়ে হস্তমৈথুনৰ দৰে সংবেদনশীল বিষয়ৰ ওপৰত বিশেষজ্ঞ পল্লৱী বাৰ্ণৱালৰ পৰা পৰামৰ্শ বিচাৰিছিল। হস্তমৈথুন...

গুৱাহাটীত অঘটন, দুৰ্বৃত্তৰ গুলিত নিহত ১

● গুৱাহাটীত অঘটন, দুৰ্বৃত্তৰ গুলিত নিহত ১ ● খানাপাৰাত সন্ধিয়াৰ ভাগত দুৰ্বৃত্তৰ চাঞ্চল্যকৰ গুলিচালনা ● দুৰ্বৃত্তৰ গুলিত নিহত এজন...