Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

21 C
Guwahati

১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন

- Advertisement -

 

১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ

১০৭নং বিধান সভাৰ থাওৰা সমষ্টিত আজি বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ উপনিৰ্বাচনী প্ৰচাৰ চলাবলৈ বকতাৰ নঙলামৰা  দা ধোৱা পুখুৰীৰ পাৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।থাওৰা সমষ্টিৰ বকতাৰ নঙলামৰাত সুশান্ত বৰগোঁহাইৰ হৈ উপনিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই বিপুল ভোটত জয়ী হোৱাৰ আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা।

লগতে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কংগ্ৰেছ দল আৰু ৰাইজৰ দলক Total failure বুলি অভিহিত কৰা পৰিলক্ষিত হয়।

প্ৰেৰক  পাৰ্থ প্ৰতিম বৰুৱাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

গণৰাজ্য দিৱসত নগাওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশাল ১০০...

নগাঁৱৰ পৰা মৃন্ময় শইকীয়াঃ আজি ৭২ তম গণৰাজ্য দিৱস৷ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ সকলো ঠাইতে উদ্‌যাপন কৰা হৈছে...

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত অসমৰ ৩টা সোণসহ ৯টা পদক অৰ্জন

গুৱাহাটীঃ গোৱাৰ পানজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে মুঠ ৯টা পদক লাভ কৰি অনন্য সফলতা অৰ্জন...

গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ...

গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী...