21 C
Guwahati

হাৰিয়ানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা শিবিৰলৈ ৰঙাপৰা-বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিনিধি

- Advertisement -

■ হাৰিয়ানাৰ হিচাৰৰ চৌধুৰী চৰন সিং কৃষি বিশ্ববিদ্যালয়ত ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰ লৈকে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় একতা শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয় তথা অসমক প্ৰতিনিধিত্ব কৰিব ৰঙাপৰা মহাবিদ্যালয়ৰ চাৰিগৰাকী আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰ ছাত্ৰীয়ে।ৰঙাপৰা মহাবিদ্যালয়ৰ হৈ ডালিমী গোৱালা,ৰীমা ডেকা, জিন্টু ৰাম বড়ো,কংকেশ্বৰ বড়ো আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ হৈ আকাশ দাস,পংকজ মেধি,মৃনালী দাস আৰু যুক্তামনি দাসকে আদি কৰি আঠ গৰাকী ছাত্র ছাত্ৰীয়ে।ৰঙাপৰা মহাবিদ্যালয়ৰ এন এছ এছৰ কাৰ্যকৰী বিষয়া ডঃ অশ্বিনী কুমাৰ ডেকাই তত্বাবাধক হিচাপে ছাত্ৰ ছাত্ৰী সকলক মাগদৰ্শন কৰিব।প্ৰতিনিধি সকলক অনলাইনযোগে গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছৰ সমন্বয়ক ডঃ ৰঞ্জন কাকতি, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতা আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামনি শৰ্মাই শুভকামনা জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

ASSAM; মাত্ৰ ২ ঘণ্টাৰ ভিতৰত অমিক্ৰ’ন চিনাক্ত কৰিব পৰা...

■ ডিব্ৰুগড় জিলাৰ লাহোৱালত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) কেন্দ্ৰই এটা বিশেষ কিট প্ৰস্তুত কৰিছে। যি এতিয়ালৈকে...

ৰঙিয়াত জব্দকৃত ট্ৰাকত নিশা অগ্নিসংযোগ দুৰ্বৃত্তৰ

ৰঙিয়া থানাৰ সন্মুখত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ...

ৰাজ্যিক বিজেপিৰ উদ্যোগত ‘”পৰিয়াল সম্পৰ্ক অভিযান” কাৰ্যসূচী

● গুৱাহাটী: অহা ২৩-০২-২০১ তাৰিখ মঙ্গলবাৰৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মাননীয় মন্ত্ৰী,...