■ ২০০৮ চনত আই পি এলৰ আৰম্ভণি ছিজনত কেটৰিনা RCB ব্ৰেণ্ড এম্বেচেডৰ আছিল। সেইকাৰণে তেওঁ বেংগালুৰু দলৰ খেলৰ সময়ত খেলপথাৰত উপস্থিত আছিল। কিন্তু বহুতে নাজানে যে কেটৰিনাৰ পিছফালে দেখাত লাজকুৰীয়া সেই সৰু লৰাজন RCB অনুৰাগী। বৰ্তমান RCBৰ জাৰ্চী পিন্ধি থকা সেই সৰু ল’ৰাজনক লৈ তেওঁৰ বিষয়ে বহু চৰ্চা অব্যাহত আছে।
■ শেহতীয়াকৈ কেটৰিনা কাইফৰ এখন ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ জাৰ্চী পিন্ধি ষ্টেডিয়ামত কেটৰিনাই খেল উপভোগ কৰি আছে। কিন্তু এই ছবিখনত কেটৰিনাৰ বিষয়ে চৰ্চা হোৱাৰ লগতে কেটৰিনাৰ পিছফালে বহি থকা এটা সৰু ল’ৰাজনৰ বিষয়ে অধিক আলোচনা হৈছে। আপুনি কিয় জানেনে? যদি নাজানে এতিয়াই জনক
■ ২০০৮ চনত আই পি এলৰ আৰম্ভণি ছিজনত কেটৰিনা RCBৰ ব্ৰেণ্ড এম্বেচেডৰ আছিল। সেইকাৰণে তেওঁ বেংগালুৰু দলৰ খেলৰ সময়ত খেলপথাৰত উপস্থিত আছিল। কিন্তু বহুতে নাজানে যে কেটৰিনাৰ পিছফালে লাজকুৰীয়া স্বভাৱত দেখা সৰু ল’ৰাজন আৰচিবিৰ অনুৰাগী। আৰচিবিৰ জাৰ্চী পিন্ধা সৰু ল’ৰাতো আন কোনো নহয়, এই সৰু ল’ৰাজনেই ভাৰতীয় তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ। আৰু সম্প্ৰতি এই ছবিখন ভাইৰেল হোৱাৰ পিছত, বুমৰাহক অনুৰাগীসকলে কেটৰিনাতকৈ বেছি ভাল পাবলৈ আৰম্ভ কৰাৰ লগতে অধিক চৰ্চা কৰিছে।
২০০৮ চনত গেলেৰীত বহি এনেদৰে খেল খন চোৱা সৰু ল’ৰাজনে ২০১৩ চনত আই পি এলত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সেই বছৰৰ পৰা মুম্বাই ইণ্ডিয়ানছত খেল খেলি আছে। বুমৰাহে এতিয়ালৈকে মুম্বাই দলৰ হৈ খেলিছে। তেওঁ আনকি ২০২২ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব। কাৰণ তেওঁক ইতিমধ্যে মুম্বাই দলত ৰখা হৈছে। বুমৰাহ এতিয়া ভাৰতৰ এক নম্বৰ পেচাৰ বালাৰ। কেটৰিনাৰ পিছফালে বহি থকা সৰু ল’ৰা এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ বেটছমেনৰ বাবে সন্ত্ৰাস হৈ পৰিছে।