♦ নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হৈছে এক জঘন্য ঘটনা৷
♦ নগাঁৱৰ ৰূপহীহাটত ৫৮ বছৰীয়া পাষণ্ডই ধৰ্ষণ কৰিলে ৮ বছৰীয়া কিশোৰীক৷
♦ ধৰ্ষণকাৰী তথা অভিযুক্ত ইছলাম উদ্দিন বুলি চিনাক্ত কৰা হৈছে৷
♦ অভিযুক্ত ইছলাম উদ্দিনে কিশোৰীজনীক প্ৰৱঞ্চনা কৰি নিজৰ ঘৰলৈ মাতি নিছিল৷
♦ তাৰ ঠিক পিছতেই কিশোৰীজনীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
♦ স্থানীয় লোকৰ তৎপৰাতাত ৰাইজে অভিযুক্ত ধৰ্ষণকাৰীৰ আটক কৰি ৰূপহীহাট আৰক্ষীৰ হাতত গতাই দিয়ে।