24.4 C
Guwahati

Shillong Covid: কোভিড সংক্ৰমণৰ আশংকাঃ শ্বিলং নগৰীয়া মূল গেটৰ সকলো দোকান নিশা ৮ বজাৰ ভিতৰত বন্ধ হ’ব লাগিব

- Advertisement -

♦ প্ৰশাসনৰ বাৰ আৰু ৱাইনশ্বপ খোলাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰী কৰিছে
♦ কোভিড-১৯-ৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ আৰু সংক্ৰমিতৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ, আজিৰেপৰা পৰা শ্বিলং

♦ আৰ্বান এগ্লোমেৰেচনৰ সকলো দোকান নিশা ৮ বজাৰ বন্ধ ৰখা হ’ব
♦ ইষ্ট খাচী হিলছৰ উপায়ুক্তই এক নতুন এছ অ’ পি (SOP) জাৰি কৰিছে।
♦ অৱশ্যে, ৰেষ্টুৰেণ্ট আৰু ভোজনালয়সমূহ নিশা ৯ বজাৰ ভিতৰত বন্ধ হ’ব।
♦ প্ৰশাসনে জনাইছে যে, সকলো বাৰ আৰু ৱাইনশ্ব’পৰ বাবে পৃথক নিৰ্দেশনা জৰিয়তে নিয়ন্ত্ৰণ কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

নলবাৰী জিলা সাহিত্য সভাৰ দেশভক্তি দিৱস পালন

♠ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক দেহাৱসান তিথি উপলক্ষে পৰম্পৰাগতভাৱে...

নলবাৰীত মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃত শিল্পী

● যোৱা দুবছৰে কৰুণা কালীন সময়ত স্তব্ধ হৈ পৰিছিল মৃত শিল্পী সকলৰ জীৱন চৰকাৰে কোভিড নীতি নিয়ম মানি...

সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেনীৰ প্ৰতিষ্ঠাপক কৰ্মচাৰীৰ...

■ দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান সানোৱা মাদ্ৰাছা...