23 C
Guwahati

টিহুত ডঃ ভবেন্দ্ৰনাথ শইকীয়াক স্মৰণ 

- Advertisement -

■ নলবাৰী : ২০ ফেব্ৰুৱাৰীত বিশ্ৰুত আৰু বন্দিত সাহিত্যিক, চিত্ৰ নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, শিক্ষাবিদ, অসমপ্ৰাণ, পদ্মশ্ৰী ভবেন্দ্ৰনাথ শইকীয়াৰ ৯০ সংখ্যক জন্ম দিৱস উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ উদ্যোগত শাখা সভাৰ কাৰ্যালয় প্ৰাংগণত ডঃ ভবেন্দ্ৰনাথ শইকীয়া স্মৃতি অনুষ্ঠানৰ আয়োজন কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মুকলি কৰে অসমীয়া খবৰ কাকতৰ উপ সম্পাদক হেমাংগ গোস্বামীয়ে । অনুষ্ঠানত জলখানা ভঠুৱাখানা সাহিত্য সভাৰ সভাপতি প্ৰিয়নাথ ডেকা, সম্পাদক কান্তেশ্বৰ কলিতা, জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক দিগাম্বৰ কলিতা প্ৰমুখ্যে অঞ্চলটোৰ ভালেসংখ্যক গণ্য মাণ্য ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন...

  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰীত :   দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী নগৰ প্ৰাথমিক...

How a Year of Living With Covid-19 Rewired Our...

To understand the new smart watched and other pro devices of recent focus, we should look to...

বিহালী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা বিধায়ক ৰঞ্জিত দত্ত :

  বিহালী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা বিধায়ক ৰঞ্জিত দত্ত   ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতধীন কেন্দ্ৰীয় চৰকাৰৰ খনে ৰাষ্ট্ৰবাসীক ১০০কোটি বিনামূলীয়া...