19 C
Guwahati

দুধনৈত মটৰ চাইকেলৰ খুন্দাত কৃষ্ণাইৰ ছাত্ৰী আহতঃ গুৱাহাটীলৈ প্ৰেৰণ

- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ দুধনৈ কলেজৰ ছাত্ৰী এগৰাকী আজি দুপৰীয়া মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে৷ ছাত্ৰ গৰাকীৰ নাম সাৰধা ৰয়৷ ছাত্ৰী গৰাকীৰ ঘৰ কৃষ্ণাইৰ জ্যোতিনগৰত৷ জানিব পৰা মতে, সাৰধা ৰয়ে আজি দুপৰীয়া আন দুগৰাকী সহপাঠীৰ সৈতে দুধনৈ কলেজৰ পৰা ওলাই অহাৰ পথত তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয়৷ ইতিমধ্যে আহত ছাত্ৰী কেইগৰাকীক সংকট জনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

ধুবুৰী জিলাৰ বিলাসীপাৰাত ২০২২ চনৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত...

ধুবুৰীৰ পৰা আলী আজাত ইছলামঃ  

Live-in Relationship or Living Together: নতুন প্ৰজন্মই সহবাসত অধিক...

♥ বৰ্তমান সমাজ ব্যৱস্থাত আধুনিক সমাজক অধিক গুৰুত্ব দিয়া দেখা গৈছে, মানুহৰ সম্পৰ্কৰো তেনেধৰণৰ হৈ পৰিছে৷ চিন্তা...

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ১০ জনৰ উদ্ধাৰ

♦ বুধবাৰে নিশা ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ টেটেলিগুৰীৰ পৰা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মানৱ...